সুৱাগীসুৱালয়

সুৱাগুৰি তোলা (Assamese) [ Roman: xu.wa.gu.ri to`.la]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-11
1. Customs(Verbal Noun) a ceremony performed by the female folk at the time of the bride-groom`s arrival at the gate of bride`s home বিয়াৰ দিনা দৰা আহি কইনাঘৰৰ পদুলিত উপস্থিত হ’লে আয়তী সকলে পালন কৰা এক মাঙ্গলিক অনুষ্ঠান